শীৰ্ষ বাতৰি

১১ বছৰৰ ভিতৰত সৰ্বোচ্চ হল গুৱাহাটীৰ তাপমাত্ৰা

Sentinel Digital Desk

অক্টোবৰৰ মাজভাগত অসমত সাধাৰণতে গৰমৰ প্ৰকোপ হ্ৰাস পাবলৈ ধৰে যদিও এইবাৰ ইয়াৰ ব্যতিক্ৰম হৈছে। প্ৰচণ্ড গৰমে ৰাজ্যবাসীক অতিষ্ঠ কৰিছে। দুৰ্গাপূজাৰ আনন্দ-উছাহো গৰমে কিছু ম্লান পেলায়। আনহাতে,  গুৱাহাটীত এইবাৰৰ ১৪ অক্টোবৰৰ দিনটোত যোৱা কিছুবছৰৰ ভিতৰত অক্টোবৰ মাহত সৰ্বোচ্চ গৰম পৰে ৷ কালি অৰ্থাৎ ১৪ অক্টোবৰত সৰ্বোচ্চ তাপমাত্ৰা হয় ৩৭.৭ ডিগ্ৰী চেলছিয়াচ ৷ ইয়াৰ পূৰ্বে ২০০৯ৰ ১ অক্টোবৰত সৰ্বোচ্চ তাপমাত্ৰা হৈছিল ৩৭ ডিগ্ৰী চেলছিয়াচ ৷

২০১০ ৰ পৰা গুৱাহাটীত অক্টোবৰৰ মাহৰ সৰ্বোচ্চ তাপমাত্ৰা এনেধৰণৰঃ

২০১০ঃ ২৮ ডিগ্ৰী চেলছিয়াচ। 

২০১১ঃ ৩২ ডিগ্ৰী চেলছিয়াচ।

২০১২ঃ তথ্য উপলব্ধ নহয়।

২০১৩ঃ ২৬ ডিগ্ৰী চেলচিয়াছ।

২০১৪ঃ ৩২ ডিগ্ৰী চেলছিয়াছ।

২০১৫ঃ ৩১ ডিগ্ৰী চেলছিয়াচ।

২০১৬ঃ ৩২ ডিগ্ৰী চেলছিয়াছ।

২০১৭ঃ ৩২ ডিগ্ৰী চেলছিয়াছ।

২০১৭ঃ ৩২ দিগ্ৰী চেলছিয়াছ।

২০১৮ঃ ৩২ ডিগ্ৰী চেলচিয়াছ।

২০১৯ঃ ৩৩ ডিগ্ৰী চেলছিয়াচ।

২০২০ঃ ৩৬ ডিগ্ৰী চেলছিয়াচ।

২০২১ঃ ৩৫ ডিগ্ৰী চেলছিয়াচ।