শীৰ্ষ বাতৰি

প্ৰশ্নৰ সন্মুখীন আইচিআইচিআই চিইঅ’ চন্দা ক’চাৰ

Sentinel Digital Desk

এনফৰ্চমেন্ট ডাইৰেক্ট’ৰেটে শনিবাৰে আইচিআইচিআই বেংকৰ চিইঅ’ চন্দ্ৰা কোচৰ আৰু তেওঁৰ স্বামীক দীপিক কোচৰক আৰু ভিডিঅ’কন গ্ৰুপৰ প্ৰমোটৰ বেনুগোপাল ধুতৰ লগত তদন্ত কৰে ৷ উল্লেখ্য যে,বেংকৰ এটি কৰ্পৰেট সংন্থাৰ পৰা ১৮৭৫ কোটি টকাৰ ঋণ মঞ্জুৰী দিয়াৰ কাৰণে তদন্ত কৰা হৈছে তেওঁলোকক । এই মন্তব্য এটা সংন্থাৰ ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি