ৰাজ্যিক বাতৰি

এফএছএছএআইৰ ঘোষণা বাছমতী চাউলৰ মানকৰণ

ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় উভয় বজাৰতে বাছমতী চাউলৰ চাহিদা অতি বেছি

Sentinel Digital Desk

নতুন দিল্লীঃ বাছমতী চাউলৰ ব্যৱসায়ত ন্যায্য বাণিজ্যিক পদ্ধতি স্থাপনৰ প্ৰয়াসত ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণে এই জনপ্ৰিয় জাতৰ দীঘল শস্যৰ চাউলৰ চিনাক্তকৰণৰ মানদণ্ড নিৰ্দিষ্ট কৰিছে। ব্ৰাউন বাছমতী ৰাইচ, মিলড বাছমতী ৰাইচ, পাৰ্বয়ল্ড ব্ৰাউন বাছমতী ৰাইচ আৰু মিলড পাৰবয়ল্ড বাছমতী ৰাইচকে ধৰি শস্যৰ কেইবাটাও ভিন্নতাও এই নতুন নিয়মৰ সীমাৰ অধীনত আছে।