ৰাজ্যিক বাতৰি

ৰাকেশ পালৰ বহিৰ্ভূত সম্পত্তিৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায় প্ৰদান কৰিব

Sentinel Digital Desk

১৫ মেত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাকেশ পালৰ বহিৰ্ভূত সম্পত্তিৰ প্ৰসংগত ৰায় প্ৰদান কৰিব । ৰাকেশ পালৰ আয় বহিৰ্ভূত সম্পত্তি প্ৰসংগত গোচৰ চলোৱাৰ অনুমতি বিচাৰি CBI য়ে আবেদন কৰে । অসম লোকসেৱা আয়োগক চাকৰিৰ বজাৰলৈ পৰ্যবসিত কৰা প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালৰ আয় বহিৰ্ভূত সম্পত্তিৰ ওপৰত অনুসন্ধান কৰিবলৈ আবেদন কৰে CBI য়ে । গুৱাহাটী উচ্চ ন্যায়ালয়ে ১৫ মেত শুনানিৰ ৰায় প্ৰদান কৰিব বুলি প্ৰকাশ কৰিছে ।

শেহতীয়াকৈ CBI য়ে ৰাকেশ পালৰ বাজেয়াপ্ত কৰা সম্পত্তিৰ ওপৰত প্ৰাৰম্ভিক ৰিপোৰ্ট গুৱাহাটী উচ্চ ন্যায়ালয়ক দাখিল কৰে। অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালৰ সম্পত্তিৰ ওপৰত তদন্ত কৰিছিল CBI য়ে ।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি