ৰাজ্যিক বাতৰি

হাইস্কুল, হাই মাদ্ৰাছা পৰীক্ষা ফলাফল ঘোষণা: শীৰ্ষ প্ৰথম স্থানত মেঘাশ্ৰী বৰা, দ্বিতীয় স্থানত চিন্ময় হাজৰিকা , প্ৰত্যাশা মেধি

Sentinel Digital Desk

আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল ঘোষণা কৰে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শীৰ্ষ প্ৰথম স্থানত আছে লক্ষিমপুৰৰ নাৰায়ণপুৰ শংকৰদেৱ শিশু বিদ্যা নিকেটনৰ মেঘাশ্ৰী বৰায়ে (৫৯৪) ।

শীৰ্ষ দ্বিতীয় স্থানত আছে যোৰহাটৰ, বাঘচোং, ডনবস্কো হাইস্কুল, চিন্ময় হাজৰিকা ( ৫৯৩) আৰু গুৱাহাটীৰ, ছেইণ্টমেৰিজ হাইস্কুলৰ প্ৰত্যাশা মেধি, (৫৯৩) |

শীৰ্ষ তৃতীয় স্থানত আছে নগাঁওৰ, খ্ৰাইষ্টজ্যোতি স্কুলৰ আফ্ৰিন আহমেদ( ৫৯১) আৰু ছেইণ্টমেৰিজ হাইস্কুল, গুৱাহাটীৰ অনুশ্ৰী ভূঞা ( ৫৯১)।

শীৰ্ষ চতুৰ্থ স্থানত ছেইণ্টমেৰিজ হাইস্কুল, গুৱাহাটীৰ, কৃষ্টি শইকীয়া ( ৫৯০)|

শীৰ্ষ পঞ্চম স্থানত আছে ছেইণ্ট জন হায়াৰ ছেকেণ্ডাৰী স্কুল, বাক্সাৰ ফাল্গুনী শৰ্মা (৫৮৯)আৰু ডনবস্কো উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৈৰাগীমঠ, ডিব্ৰুগড় লবজ্যোতি দাস ( ৫৮৯), গোলাঘাট জাতীয় বিদ্যালয়ৰ, উপাসা মুদৈ (৫৮৯), ছেইণ্টমেৰিজ হাইস্কুল, লখিমপুৰৰ, তৌছিফ তমন্না ৰহমান( ৫৮৯)আৰু অসম জাতীয় বিদ্যালয়, নুনমাটিৰ প্ৰিয়ংকা কলিতা, (৫৮৯)|

শীৰ্ষ ষষ্ঠ স্থানত আছে বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ , ৰাজশ্ৰী পাঠক (৫৮৮)| বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় অভীস্পা দাসৰ( ৫৮৮),চেণ্ট্ৰেল গাৰ্লছ হাইস্কুল, গোৱালপাৰা ছাৰমিন হাছনাত (৫৮৮),উদয়ন শান্তি নিকেতন, বেজেৰাৰ, অনুৰাগ বৰ্মন( ৫৮৮),পায়নিয়াৰ একাডেমী, পুঠিমাৰীৰ, প্ৰিয়ম কাশ্যপ( ৫৮৮)|

শীৰ্ষ সপ্তম স্থানত আছে ছেইণ্টমেৰিজ হাইস্কুল, লখিমপুৰৰ, অলয় বুঢাগোহাঁই( ৫৮৭)|ছেইণ্টমেৰিজ হাইস্কুল, লখিমপুৰৰ দ্বীপজ্যোতি শৰ্মা (৫৮৭)|পুৰণিগুডাম আৰ কে বি উচ্চতৰ মাধমিক বিদ্যালয়, নগাঁওৰ অংকুৰৰাজ কাশ্যপ (৫৮৭)| লিটল ফ্লাৱাৰ স্কুল, নলবাৰীৰ, নিকিতা কলিতা( ৫৮৭)|

শীৰ্ষ অষ্টম স্থানত আছে ছেইণ্ট জন হায়াৰ ছেকেণ্ডাৰী স্কুল, বাক্সাৰ, ইভান কাশ্যপ কলিতা (৫৮৬)|আগডলা চাৰিআলি হাইস্কুল, কামৰূপৰ, বৰষা ডেকা( ৫৮৬)|বেবেজিয়া পি কে এছ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নিশিতা খাটনিয়াৰ (৫৮৬)| নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ , ইশান ভূঞা ( ৫৮৬)|ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ, দ্বীপ শইকীয়া( ৫৮৬)|গৌৰীসাগৰ উচ্চতৰ মাধ্যমিক ইণ্ডাষ্ট্ৰিয়েল ইনষ্টিটিউটৰ, দেবাশ্ৰী শইকীয়া, (৫৮৬)|

শীৰ্ষ নৱম স্থানত আছে পাঠশালা শিক্ষাপীঠ আদৰ্শ হাইস্কুলৰ হিৰকজ্যোতি চৌধুৰী( ৫৮৫)| হেপীচাইল্ড ইংলিছ স্কুল, ছিপাঝাৰৰ, জেফ্ৰিন আৰা আহমেদ( ৫৮৫)| খ্ৰাইষ্টজ্যোতি স্কুল, নগাঁওৰ ইৰফান হক (৫৮৫)|বিবেকানন্দ বিদ্যা নিকেতন, টিহু দ্বীপশেখৰ কলিতা (৫৮৫)|ছেইণ্ট জোছেফ হাইস্কুল, মৰাণহাটৰ অৰ্চিতা দুৱৰা ( ৫৮৫)|

শীৰ্ষ দশম স্থানত আছে উত্তৰ বজালী হাইস্কুলৰ, উদ্দীপ্ত কলিতা ( ৫৮৩)|বি এল বেৰিয়া সৰস্বতী শিশু মন্দিৰ, ডিব্ৰুগড়ৰ অনিৰ্বাণ দত্ত( ৫৮৩) |গোলাঘাট জাতীয় বিদ্যালয়ৰ, অচ্যুত কুমাৰ চেতিয়া (৫৮৩),শংকৰদেৱ বিদ্যা নিকেতন, হাজোৰ মনীষা মালাকাৰ (৫৮৩)|অৰুণোদয় ইংলিছ মিডিয়াম হাইস্কুল, মিৰ্জাৰ, বিতোপন কলিতা (৫৮৩)|ডনবস্কো হাইস্কুল, হোজাইৰ , শাগ্নিক বণিক (৫৮৩)|পুৰণিগুডাম আৰ কে বি উচ্চতৰ মাধমিক বিদ্যালয়, নগাঁওৰ, মিণ্টু গায়ন( ৫৮৩)| শংকৰদেৱ বিদ্যা নিকেতন, টিহুৰ দ্বীপজ্যোতি শৰ্মা (৫৮৩)|

অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি