ৰাজ্যিক বাতৰি

আদীৱাসী ছাত্ৰ সন্থাই ৩ঘণ্টাকৈ ধুদৰ আলী পথ অৱৰোধ

Sentinel Digital Desk

অসমৰ সদৌ আদীৱাসী ছাত্ৰ সংগঠনে যোৱা শনিবাৰে বৈচাহাৰি চাহ বাগিছাত বিজুলী চাকি যিগান ধৰা আৰু বৈচাহাৰি,চাওঁৰা লাইনৰ প্ৰধান সংযোগী পথটি পকীকৰণ কৰাৰ দাবীত ৩ঘণ্টাকৈ পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।