ৰাজ্যিক বাতৰি

উচিত শাস্তিৰ দাবীত লখিমপুৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

Sentinel Digital Desk

কাৰ্বিআংলং ডকমকাত সংঘটিত হোৱা অমানৱীয় ঘটনাত দুজনকৈ অসমীয়াই প্ৰাণ হেৰুৱালে।যাৰ ফলত সমগ্ৰ অসমবাসী তেওঁলোকৰ মৃত্যুত শোক প্ৰকাশ কৰিছে কৰাৰ লগতে যোৱা লখিমপুৰ জিলাৰ বৃহত্তৰ অসমীয়া যুৱ মঞ্চই ২ঘণ্টা ধৰি জিলা উপায়ুক্তৰ কাৰ্যলয়ৰ সন্মুখত সেই অপৰাধী তথা হত্যাকাৰীক উচিত শাস্তি প্ৰদানৰ হকে প্ৰতিবাদ সাব্যস্ত কৰে।