ৰাজ্যিক বাতৰি

এনআৰচিৰ সম্পৰ্কত অসম গণ পৰিষদৰ আলোচনা সভা

Sentinel Digital Desk

এনআৰচিৰ সম্পৰ্কত বিধানসভা সচিবালয়ত অসম গণ পৰিষদৰ বিধায়কসকলৰ লগতে দলটোৰ জেষ্ঠ নেতাসকলৰ মাজত বৃহস্পতিবাৰে এখন আলোচনা সভাৰ আয়োজন কৰে।এনআৰচিৰ চূড়ান্ত খচৰাৰ কাম-কাজ ওচৰৰ পৰা নিৰিক্ষন কৰাৰ লগতে জনায় যে এনআৰচিৰ সম্পূৰ্ণ কাম অতি সচ্চ আৰু নিকাভাৱে সম্পন্ন কৰাৰ বাবে চোকা নজৰ দিয়াৰ কথা সদৰি কৰে।এনআৰচিৰ প্ৰকাশৰ পাছতো দলটোৱে নাগৰিক সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুধীতা কৰাৰ কথা জানিবলৈ দিয়ে।দলটোৱে আগন্তক পঞ্চায়ত নিৰ্বাচন অকলেই খেলাৰ কথা জানিবলৈ দিয়ে।