ৰাজ্যিক বাতৰি

কাজিৰঙাত বিনামুলীয়া চকু চিকিৎসা শিৱিৰৰ আয়োজন

Sentinel Digital Desk

যোৱা দেওবাৰে কাজিৰঙাৰ নুমলীগড়ৰৰ মহুৰামুখ সম্প্ৰদায়ক প্ৰেক্ষাগ.হত নুমলীগড় লায়ঞ্চ ক্লাৱে নুমলীগড় তেল শোধানাগাৰৰ সহযোগত আয়োজন কৰে বিনামুলীয়া চকু চিকিৎসা শিৱিৰ ।

শিৱিৰত মুঠ ৪৫০জন ৰোগীক বিনামুলীয়া চকু চিকিৎসা প্ৰদান কৰাৰ লগতৰ আনহাতে বিনামুলীয়া চচমা আৰু ঔষধ প্ৰদান কৰে । আনহাতে ৩৩ জন ৰোগীক যোৰহাটলৈ বিনামুলীয়া চকু কেটৰেক অস্ত্ৰোপচাৰৰ বাবে পঠিয়াই ।

আনটো বিনামুলীয়া চকু চিকিৎসা শিৱিৰ নৱেম্বৰৰ ৯ তাৰিখে কাৰ্বি আংলং জিলাৰ ৰঙ্গমঙগৱেত আয়োজন কৰা হ'ব ।