'ন-পাৰ্কিং'ৰ অৰ্থই হৈছে অকৰ্তৃত্বশীল ভাৱে কোনো ঠাইত যান-বাহন ৰখা নিষেধ যাতে ট্ৰেফিক অৰ্থাৎ যান-বাহন সমূহে কোনো ধৰনৰ ভিৰ নকৰে।কিন্তু গনেশগুৰি বজাৰত 'ন-পাৰ্কিং' যি ফলক লগাই থোৱা হৈছে সেই ফলকক আওকান কৰি মানুহে মাজ ৰাষ্টাতে যান-বাহন সমূহ ৰখাই ট্ৰেফিকৰ সৃষ্টি কৰে।