ৰাজ্যিক বাতৰি

ছয়মাইলৰ পৰা দুজনকৈ চোৰক গ্ৰেপ্তাৰ

Sentinel Digital Desk

২৭ জুনৰ নিশা মহানগৰীৰ ৰুক্মিনী গাঁওত অৱস্থিত টঙৰা সত্ৰত দানপাত্ৰ ভাঙি দানপাত্ৰৰ পৰা পইচা চুৰ কৰে।যোৱা দেওবাৰে আৰক্ষীয়ে ছয় মাইলৰ পৰা চোৰ দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।চোৰ দুজন ক্ৰমে নুৰ ৰহমান আৰু ৰফিক খান।