ৰাজ্যিক বাতৰি

ড্ৰাগছ মাফিয়া আটক

Sentinel Digital Desk

যোৱা বুধবাৰে গধুলি তিনিচুকীয়া জিলাৰ পেঙেৰী আৰক্ষীয়ে ড্ৰাগছ মাফিয়াৰ অভিযোগত ৰাজেন চেত্ৰীক বৰডুমচা মাধপুৰৰ পৰা আটক কৰে।