ৰাজ্যিক বাতৰি

দাঁতৰ চিকিৎসা শিবিৰৰ আয়োজন

Sentinel Digital Desk

বিশ্ব ধুম্ৰপানৰ দিনাখন শিলচৰৰ পুঠিখাল এল পি স্কুলত শিলচৰৰ লিঅ' ক্লাৱে দাঁতৰ চিকিৎসা শিবিৰৰ লগতে ধুম্ৰপানৰ এক সজাগতা শিবিৰৰ আয়োজন কৰে।