ৰাজ্যিক বাতৰি

দুলীয়াজানত অইলৰ স্বচ্ছ ভাৰত অভিযান

Sentinel Digital Desk

“স্বচ্ছতা হি সেৱা” শীৰ্ষক এক অভিযানৰ অধীনত দেশৰ লগতে ৰাজ্য ভিন্ন প্ৰান্তৰ আৰম্ভ হয় স্বচ্ছতাৰ কাৰ্য্যসূচী । শুকুৰবাৰে তৈল নগৰী দুলীয়াজানত অইলৰ এল ,পি ,জি ,বিভাগৰ কৰ্মচাৰী সকলে এক স্বচ্ছ ভাৰত কাৰ্যসূচিত অংশগ্ৰহণ কৰে । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীযে দেখা স্বচ্ছ ভাৰতৰ জড়িয়তে এখন প্ৰদূষণ মুক্ত ভাৰত গঢ়াৰ সপোনৰ বাস্তৱ ৰূপ দিয়াৰ লক্ষ্যৰে আজি দুলীয়াজান অইল ইণ্ডিয়া লিমিটেডৰ এল পি জি বিভাগৰ কৰ্মচাৰী সকলে এই কাৰ্যসূচি পালন কৰে ।কাৰ্যসুচীত ভালে সংখ্যক কৰ্মচাৰীয়ে অংশগ্ৰহন কৰে।