ৰাজ্যিক বাতৰি

নিৰুদ্দেশ হোৱা কলেজীয়া ছাত্ৰক উদ্ধাৰ কৰিলে আলিপুৰ জংছনত

Sentinel Digital Desk

দেওবাৰে সন্ধিয়া গোৱালপাৰ জিলাৰ ওৱাচিচ একাডেমিৰ কলেজ হোষ্টেলৰ পৰা এজন ছাত্ৰ নিৰুদ্দেশ হৈ আছে।নিৰুদ্দেশ হৈ থকা ছাত্ৰ জনক ৰেলৱে আৰক্ষীয়ে আলিপুৰ দুৱাৰ জংছনৰ পৰা যোৱা সোমবাৰে উদ্ধাৰ কৰে।

ৰেলৱে আৰক্ষীয়ে ছাত্ৰ জনক অৰ্ধচেতন অৱস্থাত গুৱাহাটীৰ পৰা ৰাজাস্থান অভিমুখী ৰাজেন্দ্ৰ এক্সপ্ৰেছত উদ্ধাৰ কৰা হয় আৰু এই কথা সদৰী কৰে মোস্তাফাৰ পিতৃ চায়েদ আলীয়ে।