ৰাজ্যিক বাতৰি

বজালী গ্ৰন্থ উৎসৱ ২০১৮

Sentinel Digital Desk

অহা ২অক্টোবৰৰ পৰা ৭অক্টোবৰলৈ পাঠশালাৰ হৰিমন্দিৰৰ প্ৰাংগনত তৃতীয় সংখ্যক বজালী গ্ৰন্থ উৎসৱৰ আয়োজন কৰা হৈছে ।এই উৎসৱ পতাত মুলতঃ হৈছে শিক্ষাৰ গুনগত মান প্ৰসাৰ কৰা,আলোচনা কৰা,কিতাপ পঢ়া,শ্ৰীষ্টিৰ পদক্ষেপ গ্ৰহন কৰা ।আয়োজক কমিটিৰ সৈতে সভাপতি মুৰাৰী মোহন দত্ত,কৰ্মৰত সভাপতি গৌতম তালুকদাৰ আৰু অংকুৰ বৰুৱাক মুখ্য সভাপতি হিচাপে লৈ কমিটি খন সজোৱা হৈছে ।