ৰাজ্যিক বাতৰি

বিনামুলীয়া স্বাস্থ্য আৰু চকু চিকিৎসা শিৱিৰৰ আয়োজন

Sentinel Digital Desk

যোৱা দেওবাৰে গৌৰীসাগৰৰ বল্ক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত গৌৰীসাগৰ জ্যেষ্ঠ নাগৰিক ফৰামে আয়োজন কৰে এক বিনামুলীয়া স্বাস্থ্য আৰু চকু চিকিৎসা শিৱিৰ।স্বাস্থ্য শিৱিৰটো অনুষ্ঠিত হয় খনামুখৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয়।শিৱিৰটোৰ শুভ উদ্ধোধনী কৰে খনামুখৰ ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক ৰবিন হাজৰিকা।শিৱিৰটো চলি থকা সময়ত মুঠ ৩৮০ৰোগীয়ে চিকিৎসা কৰোৱাৰ লগতে প্ৰায় ১লাখ টকাৰ ঔষধ বিতৰন কৰে।