ৰাজ্যিক বাতৰি

ব্যৱসায়ী পৱন আগৰৱালক আটক

Sentinel Digital Desk

উদালগুৰি জিলাত অৰ্থনৈতিক অপৰাধ অনুসন্ধান সংগঠনে ঘেহুঁৰ দুৰ্নীতি লগত জড়িত ব্যৱসায়ী পৱন আগৰৱাল নামৰ ব্যক্তি এজনক আটক কৰে।