ৰাজ্যিক বাতৰি

মন্ত্ৰী হিমন্তই পৰিদৰ্শন কৰে ছয় মাইলৰ নলা-নৰ্দমা

Sentinel Digital Desk

গড়কাপ্তানী বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যোৱা দেওবাৰে গুৱাহাটীৰ ছয় মাইল লগতে ভিআইপিৰ নলা-নৰ্দমা সমূহ পৰিদৰ্শন কৰে।ইয়াৰ উপৰিও ৰাষ্টা-পথ সমূহৰ লগতে নলা-নৰ্দমাৰ সু-ব্যৱস্থা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে