ৰাজ্যিক বাতৰি

মাৰিয়াম লঙৰী বিজয়ী ‘চানচিল্ক মেগা মিছ নৰ্থ ইষ্ট’

Sentinel Digital Desk

যোৱা শনিবাৰে মাছখোৱাৰ আই টি এ কালচাৰেল কমপ্লেক্সত অনুষ্ঠিত হোৱা চানচিল্ক মেগা মিছ নৰ্থ ইষ্ট'ৰ বিজয়ী অৰুনাচলৰ মাৰিয়াম লঙৰীয়ে বিজয়ী খিতাপ লাভ কৰে।আনহাতে নগালেণ্ডৰ চুৰিলা আৰু অসমৰ জ্যোতিস্মিতা বৰুৱাই দ্বিতীয় আৰু তৃতীয় খিতাপ লাভ কৰে।