ৰাজ্যিক বাতৰি

শিৱসাগৰ নামতি চাৰিআলিৰ পৰা সন্ধানহীন এজন ব্যক্তি

Sentinel Digital Desk

শিৱসাগৰ নামতি চাৰিআলিৰ পৰা সন্ধানহীন অনন্ত আলী নামৰ ৬৬ বছৰীয়া এজন ব্যক্তি। নামতি চাৰিআলিৰ জামানুৰ ৰহমান নামৰ ব্যক্তিজনৰ গৃহত অনন্ত আলী নামৰ ব্যক্তিজন যোৱা ৪০ বছৰ ধৰি কৃষিকৰ্ম কৰি স্থায়ীকৈ আছিল । যোৱা চাৰি দিনে সন্ধানহীন হৈ থকাত দোষত ভাঙি পৰিছে পৰিয়ালটো । ইতিমধ্যে নামতি আৰক্ষী থানাত সন্ধানহীন হোৱা সন্দৰ্ভত অৱগত কৰিছে। কোনো সদাশয় লোকে ব্যক্তিজনৰ সন্ধান পালে ম'বাইল ৯৭০৭৪৩১৪৫১ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।