চৰাইদেউ জিলাৰ সোণাৰিৰ বৰাহী চাহ বাগিচাত উত্তপ্ত পৰিস্হিতি।বাগিচা কতৃপক্ষই শ্ৰমিক ৰাইজক নিয়মীয়াকৈ প্ৰাপ্য দৰমহা আৰু ৰেচন মোকলাই নিদিয়াৰ অভিযোগ উত্থাপিত কৰি চাহ বাগিচাৰ প্ৰৱেশ পথত অৱস্হান দুই শতাধিক চাহ শ্ৰমিকৰ।পাছত বাগিছাৰ প্ৰবন্ধক উপস্থিত হৈ শ্ৰমিকসকলক পাপ্য দৰমহা আৰু ৰেচন দিয়াৰ প্ৰতিশ্ৰুতি দিয়াত হে ক্ষ্যান্ত হয় শ্ৰমিক সকল।কিন্তু অতি শীঘ্ৰে পাপ্য নাপালে পুনৰ পৰিস্থিতি উত্তপ্ত হোৱাৰ সম্ভাৱনাই দেখা দিছে।