ৰাজ্যিক বাতৰি

ৰাজ্যজুৰি কলাগুৰু বিষ্ণুৰাভাক স্মৰণ

Sentinel Digital Desk

সমগ্ৰ ৰাজ্যজুৰি তথা ভিন্ন সংগঠন,বিদ্যালয়-বিশ্ববিদ্যালয় সমূহৰ লগতৰ বুৰঞ্জীপ্ৰসিদ্ধ তেজপুৰ চহৰৰ কলাগুৰু সংগীত মহাবিদ্যালয়,বান থিয়েটাৰ,তেজপুৰ সাহিত্য সভা,শোণিতপুৰ আৰু তেজপুৰ ছাত্ৰ সন্থা,বিষ্ণুৰাভা সমাধিস্থল আৰু ত্ৰিমূৰ্ত্তী উদ্যান কমিটীয়ে ৪৯সংখ্যক বিষ্ণুৰাভা দিৱস পালন কৰে।