ৰাজ্যিক বাতৰি

ৰেলৱে ক’লনীত চোৰৰ চাফাই অভিযান

Sentinel Digital Desk

পাণ্ডুস্থিত নিউ কলনীৰ ৰেল’ৱে কৰ্মচাৰী বাবুল ৰাক্ষিতৰ বাসগৃহত বৃহস্পতিবাৰে পুৱতি নিশা এক চুৰি কাণ্ড সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি চোৰ পিছ দুৱাৰেদি বাবুল ৰাক্ষিতৰ বাসগৃহত প্ৰবেশ কৰে ৷ আৰু নগদ ধন লৈ উধাও হয় ৷ সম্প্ৰতি এই ঘটনা সন্দৰ্ভত জালুকবাৰীৰ আৰক্ষী থানাত তদন্তৰ কাৰণে এক এজাহাৰ দাখিল কৰা হৈছে ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি