ৰাজ্যিক বাতৰি

ৰৌতাত সোণালী জয়ন্তী উদযাপন

Sentinel Digital Desk

অতি ধুমধাম তথা উল্লাহৰে ৰৌতাৰ ভানু চ'কত আয়োজন কৰা হ'ল দূৰ্গা পূজাৰ সোণালী জয়ন্তী ।অনুষ্ঠানৰ সময়ত দশাইন তিহাৰ নামৰ এখন স্মাৰক পত্ৰ প্ৰকাশ কৰে আৰু পত্ৰ খন প্ৰকাশ কৰে জ্যেষ্ঠ সাহিত্যিক তৰাপতী উপাধ্যায়ে ।

অনুষ্ঠান খনত সভাপতিত্ব কৰে প্ৰসাদ শৰ্মা আৰু উদ্ধোধনী কৰে সদানন্দ অলীয়ে ।