Top
Begin typing your search above and press return to search.

কুম্ভ, ২১ জানুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ

আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা অধিক সহযোগিতা লাভ কৰিব। স্বামী-স্ত্ৰীৰ মাজত কিছু ভুল বুজাবুজিৰ সৃষ্টি হব পাৰে।

কুম্ভ, ২১ জানুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  31 Aug 2020 4:13 AM GMT

আপুনি পৰীক্ষণীয় সময়ত উপস্থিত হৈছে। বিভিন্ন সমস্যাই আপোনাক বিব্ৰত কৰিব। শেষত আপুনি উপশম পাম। অন্যান্য কথা-বতৰাৰ লগতে সংগীৰ সৈতে আপোনাৰ সম্পৰ্ক উন্নত হব। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা অধিক সহযোগিতা লাভ কৰিব। স্বামী-স্ত্ৰীৰ মাজত কিছু ভুল বুজাবুজিৰ সৃষ্টি হব পাৰে। কিন্তু পৰিস্থিতি ক্ষিপ্ৰতৰে উন্নত হব।

Next Story