কুম্ভ, ২১ জানুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ

আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা অধিক সহযোগিতা লাভ কৰিব। স্বামী-স্ত্ৰীৰ মাজত কিছু ভুল বুজাবুজিৰ সৃষ্টি হব পাৰে।
কুম্ভ, ২১ জানুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ
Published on

আপুনি পৰীক্ষণীয় সময়ত উপস্থিত হৈছে। বিভিন্ন সমস্যাই আপোনাক বিব্ৰত কৰিব। শেষত আপুনি উপশম পাম। অন্যান্য কথা-বতৰাৰ লগতে সংগীৰ সৈতে আপোনাৰ সম্পৰ্ক উন্নত হব। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা অধিক সহযোগিতা লাভ কৰিব। স্বামী-স্ত্ৰীৰ মাজত কিছু ভুল বুজাবুজিৰ সৃষ্টি হব পাৰে। কিন্তু পৰিস্থিতি ক্ষিপ্ৰতৰে উন্নত হব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com