কুম্ভ, ২১ জানুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ

আপোনাৰ কাম-কাজক লৈ আপোনাৰ জ্যেষ্ঠ কৰ্মীসকল সন্তুষ্ট হ’ব ৷ ধন অৰ্জনৰ বাবেও এয়া শ্ৰেষ্ঠ সময়।
কুম্ভ, ২১ জানুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ

আজি আপোনাৰ সংগীৰ সৈতে কোনো বিষয়ক লৈ কাজিয়া হ'ব পাৰে ৷ এনে মুহূৰ্তত শান্ত হৈ থকাটোৱে শ্ৰেয় হ'ব। বুদ্ধিমত্তাৰে আপুনি প্ৰতিকূল পৰিস্থিতি জয় কৰিব পাৰিব আৰু সংগীক অগ্ৰাধিকাৰ কি, সেয়া ভালদৰে বুজাই দিব পাৰিব ৷ আপোনাৰ কাম-কাজক লৈ আপোনাৰ জ্যেষ্ঠ কৰ্মীসকল সন্তুষ্ট হ'ব ৷ ধন অৰ্জনৰ বাবেও এয়া শ্ৰেষ্ঠ সময়। আপোনাৰ চেষ্টাৰ সুফল লাভ কৰিব ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com