Top
Begin typing your search above and press return to search.

কুম্ভ, ২১ জানুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ

আপোনাৰ কথা-বতৰাত সাৱধানতা অৱলম্বন কৰক। অন্যথা অশান্তিৰ মাজত সোমাই পৰিব পাৰে।

কুম্ভ, ২১ জানুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Sep 2020 4:03 AM GMT

আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ বাধ্যবাধকতাসমূহ বুজিবলৈ চেষ্টা কৰক । ইতিবাচক দৃষ্টিভংগী গ্ৰহণ কৰক। কেতবোৰ কথাই আপোনাোকৰ প্ৰেমৰ সম্পৰ্কত অশান্তিৰ সৃষ্টি কৰিব পাৰে। গতিকে এক দীঘলীয়া ভ্ৰমণৰ আঁচনি ল'ব পাৰে। আপোনাৰ কথা-বতৰাত সাৱধানতা অৱলম্বন কৰক। অন্যথা অশান্তিৰ মাজত সোমাই পৰিব পাৰে। আপুনি অশান্তি আৰু চিন্তা-চৰ্চাৰ মাজত থাকিব।

Next Story