কুম্ভ, ২১ জানুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ

আপোনাৰ কথা-বতৰাত সাৱধানতা অৱলম্বন কৰক। অন্যথা অশান্তিৰ মাজত সোমাই পৰিব পাৰে।
কুম্ভ, ২১ জানুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ

আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ বাধ্যবাধকতাসমূহ বুজিবলৈ চেষ্টা কৰক । ইতিবাচক দৃষ্টিভংগী গ্ৰহণ কৰক। কেতবোৰ কথাই আপোনাোকৰ প্ৰেমৰ সম্পৰ্কত অশান্তিৰ সৃষ্টি কৰিব পাৰে। গতিকে এক দীঘলীয়া ভ্ৰমণৰ আঁচনি ল'ব পাৰে। আপোনাৰ কথা-বতৰাত সাৱধানতা অৱলম্বন কৰক। অন্যথা অশান্তিৰ মাজত সোমাই পৰিব পাৰে। আপুনি অশান্তি আৰু চিন্তা-চৰ্চাৰ মাজত থাকিব।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com