Top
Begin typing your search above and press return to search.

বৃষ, ২১ জানুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ

আপুনি টকা-পইচাৰ সৈতে জড়িত বিষয়ত গুৰুত্ব দিয়ক। আজি আপুনি উত্সাহ-উদ্দীপনাপূৰ্ণ হৈ থাকিব।

বৃষ, ২১ জানুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Sep 2020 4:12 AM GMT

আজি আপুনি এটা কামেৰে পৰিপূৰ্ণ দিনৰ দিশে অগ্ৰসৰ হৈছে। দিনটোৰ শেষত আপুনি কৰা কামখিনিৰ বিষয়ে চিন্তা কৰিব। কিন্তু ইয়াক লৈ উদ্বিগ্ন নহব। কাৰণ আপুনি ।যথেষ্ঠ ভাল কৰিছে। আপুনি টকা-পইচাৰ সৈতে জড়িত বিষয়ত গুৰুত্ব দিয়ক। আজি আপুনি উত্সাহ-উদ্দীপনাপূৰ্ণ হৈ থাকিব।

Next Story