কুম্ভ, ২১ জানুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ

আপুনি এটা অনুকূল দিনৰ লাভালাভ লব পাৰে। সময়ৰ সুযোগ লবলৈ আপুনি সতৰ্ক হৈ থাকিব।
কুম্ভ, ২১ জানুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ
Published on: 

আপুনি নিজৰ প্ৰেমৰ সম্পৰ্কক লৈ তুষ্ট হব। কিনতু ইয়ে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা প্ৰত্যাশিতখিনি নানে। আপুনি সম্পৰ্ক বৰ্তাই ৰখাৰ বাবে অধিক কিছু কাম কৰিব লাগিব। আপুনি এটা অনুকূল দিনৰ লাভালাভ লব পাৰে। সময়ৰ সুযোগ লবলৈ আপুনি সতৰ্ক হৈ থাকিব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com