Top
Begin typing your search above and press return to search.

কুম্ভ, ২১ জানুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ

আপুনি মানসিক শান্তি লাভ কৰিব। আপোনাৰ কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনৰ মাজত অহংবোধ আহিবলৈ নিদিব।

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Sep 2020 4:12 AM GMT

এই সময় আপোনাৰ বাবে নতুন প্ৰেম-ৰোমান্স আৰম্ভ হোৱাৰ সময় হব পাৰে। আপুনি প্ৰেমিক বা প্ৰেমিকাক সন্তুষ্ট কৰিব। আপুনি প্ৰেমিক বা প্ৰেমিকা বাছি লোৱা ব্যক্তিজন অতি বুজা-পৰা থকা ব্যক্তি হব। আপুনি ঋতুকালীন খাদ্য ভাল পাব। আপুনি মানসিক শান্তি লাভ কৰিব। আপোনাৰ কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনৰ মাজত অহংবোধ আহিবলৈ নিদিব। আপোনাৰ আঁচনি-পৰিকল্পনা আনৰ আগত প্ৰকাশ নকৰিব।

Next Story