কুম্ভ, ২১ জানুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ

আপুনি প্ৰতিকূল পৰিৱেশতো ভালখিনি উলিয়াই লবলগা হব পাৰে। পেচাগত কাম-কাজে্ আপোনাক অত্যধিক ব্যস্ত ৰাখিব পাৰে।
কুম্ভ, ২১ জানুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ

প্ৰেম-প্ৰীতিৰ ক্ষেত্ৰত অত্যধিক আশা নকৰিব। আপুনি প্ৰতিকূল পৰিৱেশতো ভালখিনি উলিয়াই লবলগা হব পাৰে। পেচাগত কাম-কাজে্ আপোনাক অত্যধিক ব্যস্ত ৰাখিব পাৰে। আপোনাৰ বাবে সময় স্বাভাৱিক হব। আপুনি উন্নত সেৱা আগবঢ়াই ভাল সুবিধাজনক অৱস্থাত থাকিব।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com