Top
Begin typing your search above and press return to search.

কুম্ভ, ২১ জানুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ

আপুনি প্ৰতিকূল পৰিৱেশতো ভালখিনি উলিয়াই লবলগা হব পাৰে। পেচাগত কাম-কাজে্ আপোনাক অত্যধিক ব্যস্ত ৰাখিব পাৰে।

কুম্ভ, ২১ জানুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Sep 2020 3:50 AM GMT

প্ৰেম-প্ৰীতিৰ ক্ষেত্ৰত অত্যধিক আশা নকৰিব। আপুনি প্ৰতিকূল পৰিৱেশতো ভালখিনি উলিয়াই লবলগা হব পাৰে। পেচাগত কাম-কাজে্ আপোনাক অত্যধিক ব্যস্ত ৰাখিব পাৰে। আপোনাৰ বাবে সময় স্বাভাৱিক হব। আপুনি উন্নত সেৱা আগবঢ়াই ভাল সুবিধাজনক অৱস্থাত থাকিব।

Next Story