কুম্ভ, ২১ জানুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ

অতিৰিক্ত মানসিক চাপৰ বাবে আপুনি অসুস্থ হৈ পৰিব পাৰে। আপুনি কোনো সমস্যাতো সাঙোৰ খাই পৰিব পাৰে।
কুম্ভ, ২১ জানুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ
Published on: 

এক আনন্দদায়ক পুনৰ সম্পৰ্ক স্থাপিত হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ জীৱনত কিছু পৰিৱৰ্তনে দেখা দিব। আপুনি আৰু আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই যৌথ নামত কোনো নতুন সম্পত্তি ক্ৰয় কৰিব বিচাৰিব। অতিৰিক্ত মানসিক চাপৰ বাবে আপুনি অসুস্থ হৈ পৰিব পাৰে। আপুনি কোনো সমস্যাতো সাঙোৰ খাই পৰিব পাৰে। গতিকে আপুনি আপোনাৰ, সন্তানৰ আৰু পৰিয়ালৰ যতন লোৱাৰ প্ৰয়োজন।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com