কুম্ভ, ২১ জানুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ

বিদেশলৈ ফুৰিবলৈ যাব বিচৰাসকলে নথি-পত্ৰৰ কাম শেষ কৰিবলৈ সক্ষম হব
কুম্ভ, ২১ জানুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ
Published on: 

আজিৰ দিনটো আপোনাৰ বাবে সুন্দৰ দিন। আপোনাৰ বিত্তীয় অৱস্থা স্বচ্ছল হৈ থাকিব আৰু আপুনি প্ৰেমিক বা প্ৰেমিকাৰ সৈতে ফুৰিবলৈ যাব। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাৰ কথা সহজে মানি লব। আপোনাৰ আয় বৃদ্ধি পাব। বিদেশলৈ ফুৰিবলৈ যাব বিচৰাসকলে নথি-পত্ৰৰ কাম শেষ কৰিবলৈ সক্ষম হব। আপুনি এজন সুন্দৰ বন্ধুত পৰিণত হব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com