কুম্ভ, ২১ জানুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ

ছাত্ৰ-ছাত্ৰীসকলে এলাহ অনুভৱ কৰিব। আপুনি সময়ত আপোনাৰ কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হব
কুম্ভ, ২১ জানুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ
Published on: 

প্ৰত্যাহ্বানে আপোনাক বাধা দিব নোৱাৰিব। প্ৰেম বৰ্তাই ৰখাটো আপোনাৰ বাবে এক প্ৰত্যাহ্বান হব। আপুনি এয়া উপভোগ কৰিব আৰু সফল হবলৈ সকলো পদক্ষেপ গ্ৰহণ কৰিব। আপুনি সম-মৰ্যাদাৰ ব্যক্তিৰ সৈতে সংযোগ স্থাপন কৰিব। ছাত্ৰ-ছাত্ৰীসকলে এলাহ অনুভৱ কৰিব। আপুনি সময়ত আপোনাৰ কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হব কিন্তু কঠোৰ পৰিশ্ৰম কৰিব লাগিব।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com