মেষ, ২১ মাৰ্চৰ পৰা ২০ এপ্ৰিললৈ

কিছু কঠোৰ পৰিশ্ৰমমৰ জৰিয়তে আপুনি পৰিস্থিতি অনুকূল কৰিব পাৰে।
মেষ, ২১ মাৰ্চৰ পৰা ২০ এপ্ৰিললৈ
Published on

বৰ্তমানৰ সম্পৰ্ক ধৰি ৰখাৰ ক্ষেত্ৰত জটিলতাৰ সন্মুখীন হব পাৰে। আপোনাৰ দীঘলীয়া সম্পৰ্কত ভাঙোনৰ আশংকা আছে। আজি আপুনি এনে কাম কৰিব যিয়ে আপোনাৰ সৃষ্টিশীলতা মানুহৰ সন্মুখত তুলি ধৰিব। কিছু কঠোৰ পৰিশ্ৰমমৰ জৰিয়তে আপুনি পৰিস্থিতি অনুকূল কৰিব পাৰে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com