মেষ, ২১ মাৰ্চৰ পৰা ২০ এপ্ৰিললৈ

আপুনি পৰিয়ালৰ ক্ষেত্ৰতো কঠোৰ সিদ্ধান্ত গ্ৰহণৰ পৰা বিৰত থাকিব।
মেষ, ২১ মাৰ্চৰ পৰা ২০ এপ্ৰিললৈ
Published on: 

আপুনি আজি এক দোধোৰ-মোধোৰ অৱস্থাত পৰিব। আপুনি চাকৰিৰ পৰা পদত্যাগৰ কথা চিন্তা কৰিব কিন্ত তাকে কৰিবলৈ আপুনি অনিশ্চুক হব। আপুনি অধিক উপযুক্ত সময়লৈ অপেক্ষা কৰিব। আপুনি পৰিয়ালৰ ক্ষেত্ৰতো কঠোৰ সিদ্ধান্ত গ্ৰহণৰ পৰা বিৰত থাকিব। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com