মেষ, ২১ মাৰ্চৰ পৰা ২০ এপ্ৰিললৈ

আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে আপোনাৰ বিবাহৰ কথা আগবাঢ়িব পাৰে। লক্ষ্যৰ দিশে সাৱধানতাৰে আগবাঢ়ক।
মেষ, ২১ মাৰ্চৰ পৰা ২০ এপ্ৰিললৈ
Published on: 

অকলশৰে থাকি আপুনি আপোনাৰ সংগীৰ প্ৰতি অ-বিচাৰ কৰিছে। আপুনি সুখ অনুভৱ কৰা নাই আৰু এই বিষয়ে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক জনাওঁতে পলম কৰিছে। ইয়ে সমস্যা সমাধান পলম কৰিব। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে আপোনাৰ বিবাহৰ কথা আগবাঢ়িব পাৰে। লক্ষ্যৰ দিশে সাৱধানতাৰে আগবাঢ়ক। আপুনি পাবলগীয়া ধন পাওঁতে বহু পলম হব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com