Top
Begin typing your search above and press return to search.

মেষ, ২১ মাৰ্চৰ পৰা ২০ এপ্ৰিললৈ

মেষ, ২১ মাৰ্চৰ পৰা ২০ এপ্ৰিললৈ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Sep 2020 3:55 AM GMT

আজি আপুনি যথেষ্ট ইতিবাচক হৈ থাকিব। সময়মতে আপুনি কাম শেষ কৰিবলৈ সক্ষম হব।কামবোৰ সম্পন্ন কৰিবলৈ আপোনাৰ শক্তি আৰু সামৰ্থ অটুট থাকিব। ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি সু-খবৰ লাভ কৰিব। ইয়ে আপোনাক স্ফূৰ্তিবাজ কৰি ৰাখিব। আপোনাক আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই সমৰ্থন আগবঢ়াই যাব। আপোনালোকৰ মাজত উত্কৃষ্ট বুজাপৰা থাকিব।

Next Story