মেষ, ২১ মাৰ্চৰ পৰা ২০ এপ্ৰিললৈ

ব্যৱসায় সুষমভাবে চলিব। আপুনি আয়ৰ নতুন উত্স পাব। আপোনাৰ প্ৰিয়জন ওচৰ চাপি আহিব।
মেষ, ২১ মাৰ্চৰ পৰা ২০ এপ্ৰিললৈ
Published on: 

বিত্তীয় ক্ষেত্ৰত আপুনি আহৰণ কৰা সফলতাই মন ভাল কৰি ৰাখিব। আপুনি যধে-মধে ধন খৰচ কৰিব পৰা অৱস্থাত থাকিব। আপুনি স্বামীৰ বাবে ব্যয়বহুল উপহাৰ ক্ৰয় কৰিব। আপুনি আপোনাৰ পিতৃ-মাতৃৰ পৰা আৰু সন্তানৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব। ব্যৱসায় সুষমভাবে চলিব। আপুনি আয়ৰ নতুন উত্স পাব। আপোনাৰ প্ৰিয়জন ওচৰ চাপি আহিব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com