মেষ, ২১ মাৰ্চৰ পৰা ২০ এপ্ৰিললৈ

আপুনি আপোনাৰ ঘৰুৱা সম্পত্তি বা গাড়ী-মটৰৰ কাগজপত্ৰ সহজে পোৱাকৈ ৰাখক।
মেষ, ২১ মাৰ্চৰ পৰা ২০ এপ্ৰিললৈ
Published on: 

আপুনি প্ৰেমিক বা প্ৰেমিকাৰ সৈতে বুজাবুজিৰ মাজেৰে সমস্যাবোৰ সমাধান কৰিব। আপুনি যদি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ ওচৰত খোলাখুলিকৈ কথা পাতে, তেন্তে আপুনি কথা গ্ৰহণ কৰিব পাৰিব। আপুনি আপোনাৰ ঘৰুৱা সম্পত্তি বা গাড়ী-মটৰৰ কাগজপত্ৰ সহজে পোৱাকৈ ৰাখক। ভালদৰে চিন্তা কৰি বিনিয়োগ কৰক। আপুনি পৰিয়ালৰ মাজত টকা-পইচাৰ ক্ষেত্ৰত ভাৰসাম্য ধৰি ৰাখিবলৈ সক্ষম হব।    

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com