মকৰ(২২ ডিচেম্বৰৰ পৰা ২০ জানুৱাৰীলৈ)

আপোনাৰ বিত্তীয় অৱস্থা সুস্থিৰ হৈ থাকিব। আপুনি বেংকত ধন সুৰক্ষিত কৰি ৰাখিব।
মকৰ(২২ ডিচেম্বৰৰ পৰা ২০ জানুৱাৰীলৈ)
Published on

অত্যন্ত ব্যস্ততা সত্বেও আজি আপুনি নিজৰ পৰিয়ালক সময় দিব পাৰিব। আজি আপোনাৰ বাবে সমাধানৰ কেতবোৰ অত্যন্ত জৰুৰী বিষয় থাকিব। আপুনি আপোনাৰ গুৰুত্ব অনুধাৱন কৰিবলৈ সক্ষম হব আৰু কৰ্মত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰিব। সংগীৰ সৈতে আপুনি ফলদায়ক আলোচনাত অংশ লব। আপোনাৰ বিত্তীয় অৱস্থা সুস্থিৰ হৈ থাকিব। আপুনি বেংকত ধন সুৰক্ষিত কৰি ৰাখিব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com