মকৰ, ২২ ডিচেম্বৰৰ পৰা ২০ জানুৱাৰীলৈ

মকৰ, ২২ ডিচেম্বৰৰ পৰা ২০ জানুৱাৰীলৈ

আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে আপোনাৰ মনত কোনো নতুন ধাৰণাৰ উদয় হব পাৰে। নিৱনুৱাসকলে কামৰ সন্ধান পাব।
Published on

কোনো নতুন প্ৰেমিক বা প্ৰেমিকা আজি আপোনাৰ জীৱনলৈ আহিব পাৰে। ইয়ে আপোনাক বিমোৰত পেলাব পাৰে। আপুনি বৰ্তমানৰ সম্পৰ্ক আৰু কাম সমানে ধৰি ৰাখিব নোৱাৰিব পাৰে। আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে আপোনাৰ মনত কোনো নতুন ধাৰণাৰ উদয় হব পাৰে। নিৱনুৱাসকলে কামৰ সন্ধান পাব। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com