মকৰ, ২১ ডিচেম্বৰৰ পৰা ২০ জানুৱাৰীলৈ

মানসিক শান্তিৰ বাবে আপুনি পৰিয়ালৰ সৈতে তীৰ্থস্থানলৈ যাত্ৰা কৰিব পাৰে।
মকৰ, ২১ ডিচেম্বৰৰ পৰা ২০ জানুৱাৰীলৈ
Published on: 

আপুনি আধ্যাত্মিকতা আৰু ধৰ্মৰ প্ৰতি আকৰ্ষিত হব। আপুনি দাতব্য আৰু মহান কৰ্মৰ সৈতে জড়িত হৈ পৰিব। মানসিক শান্তিৰ বাবে আপুনি পৰিয়ালৰ সৈতে তীৰ্থস্থানলৈ যাত্ৰা কৰিব পাৰে।কৰ্মস্থলীত আপুনি আন্তৰিকতাৰে কাম কৰিব। বন্ধুবৰ্গৰ সৈতে আপোনাৰ সম্পৰ্ক উন্নত হব।    

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com