মকৰ, ২২ ডিচেম্বৰৰ পৰা ২০ জানুৱাৰীলৈ

আপোনাৰ সন্তানে আপোনাৰ মতামত গ্ৰহণ কৰিব আৰু তেওঁলোকে নিজৰ অধ্যয়নত মনোনিৱেশ কৰিব।
মকৰ, ২২ ডিচেম্বৰৰ পৰা  ২০ জানুৱাৰীলৈ
Published on: 

আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাৰ ভুল-ত্ৰুটি উলিয়াবলৈ চেষ্টা কৰি থকাটোৱে আপোনাক নিৰুত্সাহিত কৰিব। আপুনি সম্পৰ্কৰ মাজত কোনো স্থান উলিয়াবলৈ চেষ্টা কৰিব। সময়ত সকলো কথাই ঠিক হব। আপোনাৰ সন্তানে আপোনাৰ মতামত গ্ৰহণ কৰিব আৰু তেওঁলোকে নিজৰ অধ্যয়নত মনোনিৱেশ কৰিব। আপুনি মানসিক দিশত শান্তি লাভ কৰিব।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com