মকৰ, ২২ ডিচেম্বৰৰ পৰা ২০ জানুৱাৰীলৈ

মকৰ, ২২ ডিচেম্বৰৰ পৰা ২০ জানুৱাৰীলৈ

আপোনাৰ চেষ্টাই অনুকূল ফলাফল কঢ়িয়াই আনিব। সহকৰ্মী আৰু মুৰব্বীৰ পৰা প্ৰশংসা লাভ কৰিব।
Published on

প্ৰেমিক বা প্ৰেমিকাৰ সৈতে হোৱা সাধাৰণ কাজিয়াই আপোনাৰ মুড নষ্ট কৰিব পাৰে। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাৰ বাবে অপ্ৰত্যাশিত কোনো কাম কৰিব। আদালতৰ গোচৰত আপুনি সফলতা অৰ্জন কৰিব। চাকৰিত আপুনি পদোন্নতি লাভ কৰিব। আপোনাৰ চেষ্টাই অনুকূল ফলাফল কঢ়িয়াই আনিব। সহকৰ্মী আৰু মুৰব্বীৰ পৰা প্ৰশংসা লাভ কৰিব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com