মকৰ, ২২ ডিচেম্বৰৰ পৰা ২০ জানুৱাৰীলৈ

মকৰ, ২২ ডিচেম্বৰৰ পৰা ২০ জানুৱাৰীলৈ

আজি আপুনি কোনো প্ৰভাৱশালী ৰাজনীতিক বা ব্যৱসায়ীক লগ পাব।
Published on

কোনো কঠিন সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত এক নিৰস অৱস্থা বিৰাজ কৰিব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে কথাৰ কটাকটি নকৰাৰ সিদ্ধান্ত লব। আপুনি কোনো অংশীদাৰী ব্যৱসায়ৰ সৈতে জড়িত হব পাৰে। এই ক্ষেত্ৰত কোনো বাধা-বিঘিনী নাপাব। আজি আপুনি কোনো প্ৰভাৱশালী ৰাজনীতিক বা ব্যৱসায়ীক লগ পাব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com