মকৰ, ২২ ডিচেম্বৰৰ পৰা ২০ জানুৱাৰীলৈ

কাম-কাজবোৰৰ মাজত আপোনাৰ কৰ্মই এক ভাৰসাম্য স্থাপন কৰিব। আপুনি কাৰ্যালয়ৰ মুৰব্বীৰ সৈতে কোনো গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব।
মকৰ, ২২ ডিচেম্বৰৰ পৰা ২০ জানুৱাৰীলৈ

আপোনাৰ প্ৰেম-জীৱনত বুজা-পৰা থকাৰ পৰিপ্ৰেক্ষিতত আপুনি কৰম্-জীৱনৰ ক্ষেত্ৰত কোনো অসহজ পৰিস্থিতিৰ সন্মুখীন হবলগা নহব। আপুনি প্ৰিয়জনক সময় দিব পাৰিব। আপুনি আপোনাৰ পৰিয়ালৰ সৈতে ব্যস্ত থাকিব আৰু তেওঁলোকৰ সৈতে সুখৰ সময় অতিবাহিত কৰিব। কাম-কাজবোৰৰ মাজত আপোনাৰ কৰ্মই এক ভাৰসাম্য স্থাপন কৰিব। আপুনি কাৰ্যালয়ৰ মুৰব্বীৰ সৈতে কোনো গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব।   

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com