মকৰ, ২২ ডিচেম্বৰৰ পৰা ২০ জানুৱাৰীলৈ

মকৰ, ২২ ডিচেম্বৰৰ পৰা ২০ জানুৱাৰীলৈ
Published on: 

আপোনাৰ সমস্যাবোৰ সমাধান হবলৈ ধৰিব। আপোনালৈ নতুন চাকৰিৰ প্ৰস্তাৱ আহিবলৈ ধৰিব। শিক্ষা, কেৰিয়াৰ, সন্তানক লৈ থকা সমস্যা সমাধান হব। আপোনাৰ পৰিয়ালৰ আকাংক্ষিত কোনো কৰ্ম সম্পন্ন হব। ব্যৱসায়ত আপুনি নতুন চুক্তি আৰু যোগাযোগ গঢ়ি তুলিব। আৰু আপুনি সমালোচনাৰ প্ৰতি কৰ্ণপাত নকৰিব আৰু প্ৰগতিৰ দিশত আগুৱাই যাব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com