মকৰ, ২২ ডিচেম্বৰৰ পৰা ২০ জানুৱাৰীলৈ

আপুনি দায়িত্বশীল হোৱাৰ এয়াই উপযুক্ত সময় আৰু আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ আগ্ৰহক আওকাণ নকৰিব।
মকৰ, ২২ ডিচেম্বৰৰ পৰা ২০ জানুৱাৰীলৈ
Published on: 

আপোনাৰ প্ৰেম-জীৱনত দ্ৰুততৰে অনেক ঘটনা সংঘটিত হব পাৰে। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে এনে ঘটনাৰ বেগ লেহেমীয়া কৰাৰ প্ৰয়েজন হব। আৰু আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক সম সন্মান দিয়াৰ প্ৰয়োজন। আপুনি দায়িত্বশীল হোৱাৰ এয়াই উপযুক্ত সময় আৰু আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ আগ্ৰহক আওকাণ নকৰিব। কাম-কাজবোৰ উন্নত হবলৈ ধৰিব। কোনো এক গুৰুত্বপূৰ্ণ বিষয়ত আপোনাক এজন ব্যক্তিয়ে পৰামৰ্শ দিব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com